Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ৰোগ নিৰাময়ৰ ঘৰুৱা বিধান


ৰোগ নিৰাময়ৰ ঘৰুৱা বিধান::::::

১)কৃমি---৮/১০টা মান অমিতা গুটি খুন্দি অলপ পানীত মিহলি কৰি একেৰেহে ১৫দিন খালে কৃমি ৰোগ ভাল হয়|

২)খজুৱতী-- নাৰিকলৰ তেলৰ লগত গোল নিমুৰ ৰস মিহলায় খজুৱা ঠাইত লগালে সুফল পোৱা যায়|

৩)খৰ-- কেঁচা হালধী পিহি এদিনত তিনিবাৰকৈ লগাৱ|

৪)ফোঁহা হৈ বিষ হলে-- ফোঁহা হোৱা ঠাইত পাতেগজাৰ পাত পিহি প্ৰলেপ দিৱ লাগে|

৫)চিতিকা ঘা-- দুবৰি বন আৰু কেঁচা হালধীৰ খুন্দি লগালে ভাল হয়|