Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

মনৰ ৰোগ


আধুনিকতাৰ মাজত আমাৰ ব্যস্ততা বৃদ্ধিত আমাৰ দেহৰ জীৰনি নোহাৱা হৈ কিছুমান ৰোগে আমাৰ দেহত বাস কৰিছে| সেইবোৰ আমি ঔষদৰে নিৰাময় কৰিব পাৰো|
কিন্তু মনৰ ৰোগৰ পৰা উপসম পোৱাটো কঠিন| ইয়াৰ কোনো বিধান নাই|
 বৰ্তমান মনৰ ৰোগৰ লক্ষ্যনবোৰ হল-
১)কোতো মন সুস্থিৰ ভাৱে নথকা|
২)আশান্তিত ভুগা|
৩)কিবা এটা নপোৱাৰ বেদনাত ভুগা|
৪)কিছুমান কথায় বাৰে বাৰে দুখ দি যায়,কিন্তু পাহৰিৱ নোৱাৰি|
৫)সাংসাৰিক অশান্তি|
৬)কামৰ হেচাত মানসীক আশান্তি ইত্যাদি|
এই মনৰ ৰোগবোৰৰ বাবেমানুহ জীয়াই থকাৰ অন্তৰায় হৈ পৰে|মনত বেয়া চিন্তাই বাস কৰে| আৰু এইৰোগৰ পৰা পৰিত্রান নোপোৱাৰ বাবে আত্মহত্যা পৰ্যান্ত কৰিৱ লগা হয়|বা আমি দেখিছো|
মনৰ ৰোগৰ পৰা উপসম পোৱাৰ বাবে যোগাসনত বহুত আসন আছে যদিয়ো শসান উপযুক্ত হয়|
এতিয়া আহো শসান নো কি?
শসান কৰিৱলৈ প্ৰায় ১৫ৰ পৰা ২৫মিনিট সময় লাগে| আৰু শসান নিজে কৰিৱ কেতিয়াও নোৱাৰি| শসান আয়োত্ত কাৰি যোগাশিকোৱা লোকৰ প্ৰয়োজন| এই আসন শিকিৱলৈ বা জ্ঞান লাভৰ বাবে প্ৰায় ১বছৰ অতি কময়ো সময়ৰ প্ৰয়োজন হয়|
শসান মানে আপোনাক সম্পৰ্ন মৰাশৰ দৰে হৈ পৰিৱ লাগে|  চঞ্চল মনত বান্ধি ৰখাতো  খুৱ সম্ভৱ নহয় যদিয়ো শসানৰ দাৰা ই সহজ হয়| যদি আপোনি সপ্তাহত দুবাৰকৈ শসান কৰিলে কেনেকোৱা অনুভৱ হয় মই ইয়াত বিশেষ নকও|কিন্তু আপোনালোকে কৰি চাওঁক| ওচৰৰ যোগগুৰুৰ লগত যোগাযোগ কৰক| এতিয়া এটা কথায়ে কলো শসানে মানসীক ৰোগীক সম্পৰ্ন সুস্থ কৰি তোলে|