Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

কেইটামান ৰোগৰ ঘৰুৱা বিধান


১)শোচ টান হলে ত্রিফলা পানীৰ লগত মিহলায় খাৱ|
২)জণ্ডিছৰ বাবে ৪/৫ফুটা নহৰু খুন্দি আধা কাপ গৰম গাখীৰত মিহলায় দিনত দুবাৰকৈ দুদিন খালে এইৰোগ ভাল হয়|(এই ঔষদ খোৱাৰ আগতে কিছু গাখীৰ খাই খায় লৱ)
৩)কেচুমপৰীয়া বলে ৬০গ্ৰাম তিল দৈৰ লগত মিহলায় ১৫/২০দিন খাৱ
৪)মুখত কলা তিল পৰিলে কলা তলসীৰ পিহি মুখত নিয়মিত ২মাহ লগাৱ|