Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

দাঁত বিষৰ ঔষধ


দাঁত বিষৰ ঘৰুৱা ঔষধ :

1) লং 2টা চবাই বিষাই থকা দাঁতৰ ঠাইত ৰাখক।

2) মধুৰীআমৰ কুমলীয়া পাত সিজাই কুলকুলি কৰি থাকিব

3) বকুল গছৰ ছাল পুৰি এঙাৰ কৰি দাঁত মাজক।

4) ফিতকিৰি দি কুহুমিয়া পানীত কুলুকুলি কৰিব ছোন ।

5) বকুল চাল পানী উত্তলাই গাগুল কৰিব

6) যদিহে বিষৰ লগত উখহিছে তেন্তে বঙালী এৰাৰ(Jetropha) ঠাৰি চোবাই ৰসখিনি কেই মিনিতমান লৈ থাকক।


7) নহৰু পাঁচ টুকুৰামান থেতেলি লৈ তাৰ ৰস উলিয়াব ! সেই ৰসখিনি অলপ পৰিষ্কাৰ তুলাত ভিজাই লৈ বিষোৱা দাঁত টোত অতি কমেও আধাঘণ্টা লগাই থ'ব ! ভাল পাব !

8) লাজুকী বনৰ শিপা খুন্দি অলপ পানীত উতলাই কুলকুলি কৰক উপসম পাৰ।

ধন্যবাদ।।