Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

জুয়ে পুৰিলে কি কৰিব?


জুয়ে পুৰিলে কি কৰিব।

জুয়ে পুৰিলে তলত দিয়া ঘৰুৱা বিধান কেইটা ব্যৱহাৰ কৰিব পাৰে - 


(ক) পোৰা ঠাইখিনিত ‘কেষ্টৰ অইল’ তুলাত ভিজাই লগালে অতি কম সময়তে জ্বলা-পোৰা কৰাটো কমি যায়।

(খ) আলু থেতেলিয়াই লগালে উপকাৰ পায়।

(গ) মৌ-জোল বা কেৰাচিন সানি দিলে জ্বলনি-পোৰণি বহু পৰিমাণে কমে।

(ঘ) জুয়ে পোৰা জ্বলা লগে লগে নিবাৰণ কৰিবৰ হ’লে নাৰিকল তেলৰ লগত চূণ মিহলাই পোৰা ঠাইত লগালে বেছ উপশম হয়।

অনুগ্ৰহ কৰি share কৰিব।