ওজন বৃদ্ধিৰ আৰু শকত হোৱাৰ ঘৰুৱা উপায়::::
১)দৈনিক ৰাতিপুৱা এগিলাচ গৰুৰ গাখীৰৰ লগত ১টাকৈ কল খালে ওজন বৃদ্ধি তথা শকত হয়|কলত যথেষ্টত প্ৰটেছিয়াম আৰু কাৰ্বহাইড্ৰেট থাকে|
২)নিয়মিত ভাৱে ৰাতি পুৱা ব্যয়াম কৰক|ব্যয়াম কৰিলে খাদ্যৰ প্ৰতি ৰুচি বৃদ্ধি হয়|
৩) দুপৰিয়া খাদ্য গ্ৰহনৰ পিছত নিয়মিত ভাৱে ৪৫মিনিটৰ পৰা ১ঘন্টা শুলে ওজন বৃদ্ধি হয়|
৪)খেলা-ধূলা খেলক| খেলৰ পৰা পোৱা আনন্দই টোপনি ভাল কৰে|