Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

টনচিল ৰ ঘৰুৱা বিধান ।


টনচিলৰ বাবে ঘৰুৱা বিধান |


টনচিল ৰ ঘৰুৱা বিধান :


1) টনচিল হ’লে- বনৰীয়া সৰু ক’লা কচুৰ পুলিৰ ঠাৰিৰে নিয়মীয়াকৈ কাণ খজুৱালে টনচিলৰ উপশম হয়। ক’লা কচুৰ ৰসত আয়’ডিন থাকে বাবে গ্লেণ্ড ফুলি বিষ আদি হ’লেও তাৰে কাণ খজুৱালে বহুখিনি আৰাম পোৱা যায়।

2) টনচিলৰ বাবে কুহুমিয়া পানীত ফিটকিৰি দি কুলু কুলু কৰিব।

3) কেচা অমিতা এটা মিহিকৈ কুটি লৈ সেই খিনি পিচি তাৰ ৰস উলিয়াই অলপ পানী মিহলাই গৰম কৰি সেই খিনিৰে টনচিলত লগাকৈ কুলকুলি দিনত দুবাৰকৈ কৰিলে টনচিল আৰু তাৰ বিষ দুদিনত ভাল হয়।

টনচিলৰ বাবে ঘৰুৱা বিধান |

অনুগ্ৰহ কৰি স্বেয়াৰ কৰিব ।