Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

মহিলা সকোলৰ সৌন্দৰ্যৰ বিষয়ে কিছু কথা


:::::::: মহিলা সকোলৰ সৌন্দৰ্যৰ বিষয়ে কিছু কথা ::::::::

মহিলা সকোলৰ জীৱনত তিনিটা বিষয়ৰ ওপৰ গুৰুত্ব দিয়ে আৰু সৌন্দৰ্যতা বৃদ্ধিৰ ওপৰ গুৰত্ব দিয়ে|

প্ৰথম বিষয়টো হল মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধি| মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধিৰ ঘৰুৱা উপায় বোৰ::::

১)যদি আপোনাৰ মুখত শালমইনা আছে- নিমপাতপৰ ৰসৰ লগত গোলনেমুৰ ৰস মিহলায় দুদিনে দুদিনে লগাৱ|যদি বেছি আছে দুমাহ লগাৱ|কম হলে এমাহ লগাৱ|

২)মুখত যদি বয়ৰ চাপ বা কলা পৰিছে-গাখীৰৰ শৰতৰ দুচামুচৰ লগত অলপ গোলনেমু মিহলায় নিয়মিত এমাহ ব্যৱহাৰ কৰক|

৩)তিলৰ দৰে কলা থাকিলে- কলা তুলসীৰ পাত পিহি লগাৱ|এমাহ|

৪)মুখত বগা চোম পৰিলে- কলা তুলসী,কেচা হালধী পিহি লৈ মৌ মিহলায় এমাহ, ৪৫ দিনমান লগাৱ|

৫)কলা চোম পৰিলে-তুলসীৰ পাত পিহি লগাৱ|

৬)চকুৰ তলত কলা পৰিলে- ৰাতিপুৱা লালতি লগাৱ|

৭)উঠঁৰ বাবে- যদি উঠঁটো কলা পৰা বা উজ্জলতা কম তেতিয়া হলে গাখীৰৰ শৰতৰ লগত গোলনেমুৰ ৰস মিহলায় লগাৱ ২০দিন|||

৮)ৰ'দৰ বাবে কলা হলে-হালধী,মচুৰ দাউল মিহলায় পিহি অলপ গাখীৰ মিহলায় ১৫দিন লগাৱ|
এতিয়া আহিছো দ্বিতীয় বিষয়টোলৈ

মহিলা সকোলে বিছাৰে নিজৰ স্তন আকোৰ্ষনীয় হওক|
কেনেকৈ আকোৰ্ষনীয় কৰিব::

১)দৈনিক গা ধুৱাৰ পিছত স্তন সৰিয়হ তেলেৰে মালিচ কৰিব|

২)সৰু স্তন ডাঙৰ কৰাৰ বাবে- মালিচ কৰাৰ লগতে ৫০গ্ৰাম শতমূলৰ ৰস নিয়মিত ভাৱে এমাহ খালে ভাল|

৩)স্তন তললৈ নামি পৰিলে- বিশেষকৈ লৰা ছোৱালী হোৱা মহিলাৰ স্তন তললৈ ওলমি পৰে| নাৰিকলৰ তেলেৰে মালিচ কৰিব আৰু ৫০গ্ৰাম চাউল ২৫০গ্ৰাম পানীত তিয়া থৈ চাউল খিনি খুচি পানী খিনি এমাহ খাৱ|

৪)কোৰবাত আঘাত পালে বা বিষ হলে-কেচা হালধী পিহি অলপ পানী মিহলায় প্ৰলেপ দিৱ|

৫)স্তনত ফোহা হলে-হালধী পিচি প্ৰলেপ দিৱ ফোহাৰ ওপৰত ।

Read Also : গাখীৰ ডাঙৰ কৰা উপায়।