Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

স্মৰণশক্তি কমি যোৱা


স্মৰণশক্তি কমি যোৱা :::
অপৰাজিতাৰ শিপা বা পাত মিহিকৈ পতাত বটি লৈ 2 চামুছ চাটনিৰ নিচিনা বনাই এক গিলাচ গাখীৰৰ লগত উতলাই দৈনিক ৰাতি 3 মাহ খালে স্মৃতিশক্তি বৃদ্ধি পায় ।
ব্ৰাহ্মী শাক নিয়মিত খালে অতি সোনকালে স্মৃতিশক্তি বৃদ্ধি পায় ।
বিশুদ্ধ স্বদেশী গৰুৰ বৈদিক পদ্ধতিৰে বনোৱা ঘিঁউ অকণমান গৰম কৰি দুইটা নাকৰ ফুটাত ৰাতি শুৱাৰ সময়ত দিব আৰু উজাই নিনিব ।
ওপৰৰ যিকোনো এটা কৰিলে অতি সোনকালে স্মৃতিশক্তি বাঢ়ি যায় ।