Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

সালমইনাৰ দাগ , মৰা ছালৰ দাগ



#### সালমইনাৰ দাগ , মৰা ছালৰ দাগ #####
সালমইনা কমাবলৈ পোন প্ৰথমে চাবোন বন্ধ কৰিব
লাগিব ।।
চাবোন মানে যিকোনো চাবোন ।। dove , pears
সকলো ।।
সকলো চাবোন আপোনাৰ ছালৰ শত্ৰু । ৰামদেৱে
বনাওক বা HUL ৰ হওক ।
তাৰ পিছত ঠাণ্ডা বস্তুৰ লোভ এৰিব লাগিব । যেনে
ice cream , cold drinks , ঠাণ্ডা পানী আদিকে ধৰি
যিকোনো ঠাণ্ডা পানী বন্ধ কৰিব লাগিব ।।
মছলা যুক্ত খাদ্য বন্ধ কৰিব লাগিব ।
মাছ মাংস কমাই দিব ।
দৈনিক 3-4 লিটাৰ পানী খাব আৰু পানী খোৱাৰ
নিয়মাৱলী মানি চলিব ।।
ঔষধ :
1. মহানিমুৰ পাতৰ ৰস উলিয়াই লব আধা কাপ , তাত
আধা চামুচ গোল নেমুৰ ৰস মিহলাই হাতেৰে লগাওঁক ।
তাৰ পিছত শুকাব দিব ।
শুকোৱাৰ পাছত কুহুমীয়া গৰম পানীৰে ধুব ।।
2 . 2 চামুচ আমলখিৰ শুকান গুড়ি লৈ তাত 1 চামুচ দৈ
মিহলাই লগাওঁক । আধা ঘণ্টা থাকিব দি হাতেৰে
মোহাৰি গুচাই দিব ।।
তাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুব ।।।
ওপৰৰ যিকোনো এটা সপ্তাহত 3 দিন কৰক ।।
2 মাহ কৰিব ।।