Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

চুলি সৰা আৰু টকলা হোৱা



চুলি সৰা আৰু টকলা হোৱা :::::
50 তা কৰবি ফুলৰ পাত 1 লিটাৰ খাটি সৰিয়হৰ
তেলত উতলাই লওঁক । পাতখিনি কলা পৰিলে সেই
তেল কাঁচৰ বটলত ভৰাই থওক । নিয়মিত সেই তেল
লগাওঁক মূৰত ।
বহুত সোনকালে চুলি সৰা বন্ধ হৈ নতুন চুলি গজিব
আৰম্ভ কৰিব ।