Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

কেইটামান ৰোগৰ ঘৰুৱা দৰৱ।।


   ১)গৰমত প্ৰস্ৰাৱ ৰঙা হলে-- আমলখিৰ ৰস দুচামুচ কৈ দিনে তিনিবাৰ খাব||
   ২)মূৰৰ উফি হলে--ঔটেঙাৰে বিজলেৰে মূৰ ধুৱ লাগে||
   ৩)চকুত ফুল পৰিলে-- তুলসী পাতৰ ৰস চকুত দিলে দিলে চকুত ফুল পৰা ভাল হয়||
 ৪) দেহৰ কোনো অংশত ক'লা দাগ পৰিলে-- ৰাতি শোৱাৰ সময়ত ঘিউ সানি মালিচ কৰিলে দাগ সহজে উঠে||
   ৫)দেহত বগা চোম পৰিলে-- কেঁচা হালধিৰ ৰ,তুলসী পাতৰ ৰস,মৌজোল মিহলি কৰি সানিলে নোহোৱা হয়||
 
       👉 অনুগ্ৰহ কৰি স্বেয়াৰ কৰিব||