Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

কেইটামান ৰোগৰ ঘৰুৱা বিধান


কেইটামান ৰোগৰ ঘৰুৱা বিধান::::

  ১)কঁকালৰ বিষ:: কেঁচা আলুগুটি ২টা পিহি কঁকালত লগাই(১৫/২০মিনিট) ৰাখিলে সুফল পোৱা যায়|

  ২)সাধৰন জ্বৰ:: শেৱালী ফুলৰ ৰস দিনে ৫চামুচকৈ খাব লাগে||

   ৩) নখত হোৱা খৰ:: দুটা ফুটা নহৰু খুব মিহিকৈ খুন্দি নখৰ ওপৰত সানি এৰাতি তাক বান্ধি ৰাখিব লাগে|

   ৪)যোনিৰ ঘা:: নিমপাত সৰিয়হৰ তেলত ভাজি যোনি মালিচ কৰিলে যোনিৰ খজুৱতী ভাল হয়|

   ৫)প্ৰস্ৰাৱত বীৰ্য যোৱা:: বাদাম ৬টা,জলকীয়া গুটি ৬টা,মিচিৰি মিহলি কৰি ৰাতিপুৱা ২০০ মি:লি: গাখীৰ খোৱাৰ পাছতে খাব লাগে||