Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

গৰম পানী খাওক নিৰোগী হওক!


গৰম পানী খাওক নিৰোগী হওক!
আমাৰ হাতৰ কাষতে পোৱা বিভিন্ন বনৌষধী, ফুল, পাতেৰে বহুৰোগ নিৰাময় কৰিব পাৰি।কিন্তু বহুক্ষেত্ৰত বনৌষধ চিনাক্ত কৰণ, পৰিমাণ আদিৰ স্পষ্ট ধাৰণা আৰু নিৰ্দেশনাৰ অভাৱত ইচ্ছা থাকিলেও বহুতৰ ক্ষেত্ৰত প্ৰাকৃতিক চিকিৎসা লোৱাটো সম্ভৱ হৈ নুঠে। আহকচোন এতিয়া আপোনাৰ ৰোগৰ চিকিৎসা একেবাৰে ভাতৰ লগত পানী খোৱা কৰি পেলাওঁ। হয় মই পানীৰেই আপোনাৰ বহুতো ৰোগ কেনেকৈ আৰোগ্য কৰিব তাৰেই দিহা দিবলৈ ওলাইছো । আৰম্ভ কৰি দিয়ক আৰু সুস্থ হওক।
 জাপানৰ চিকিৎসক গৱেষকৰ এটা দলে প্ৰমাণ কৰিছে যে গৰম পানীয়ে মূৰৰ বিষ, মাইগ্ৰেন, উচ্চ   /নিম্ন ৰক্তচাপ, অনিমীয়া হৃদস্পন্দন, কলেষ্ট্ৰল বৃদ্ধি , কফ, অসহজতা, গাঁঠিৰ বিষ, হাপানী , শিৰা ৰোদ্ধ, মূত্ৰ ৰোগ, উদৰৰোগ, স্মৰণ বিকাৰ, চকু, কান, নাক, ডিঙি সম্বন্ধীয় ৰোগত ১০০% ফলপ্ৰসু আৰু আৰোগ্যকাৰী।
গৰম পানী কেনেকৈ খাব-
পুৱা সোনকালে টোপনিৰ পৰা উঠি খালি পেটত ৪ গিলাচ গৰমপানী খাব আৰু ৪৫ মিনিট সময়লৈকে  একো নাখাব। আৰম্ভণিতে চাৰি গিলাচ নোৱাৰিলে অলপ অলপকৈ বঢ়াব।
গৰম পানীৰে বিভিন্ন ৰোগৰ পৰা আৰোগ্য পোৱাৰ  সময় সীমা ।
১- ডাইবেটিজ-৩০ দিন।
২- ব্লাড প্ৰেচাৰ-৩০ দিন ।
৩- পেটৰ ৰোগ- ১০ দিন।
৪- কেন্চাৰ -৯ মাহ।
৫- শিৰাৰোদ্ধতা- ৬ মাহ।
৬- আভোক- ১০ দিন।
৭- ইউটেৰাচ ৰোগ-১০ দিন।
৮- নাক/কান/ডিঙি -১০ দিন।
৯- মাহেকীয়া সমস্যা - ১৫ দিন।
১০- হৃদয় ৰোগ-৩০ দিন।
১১- মূৰৰ বিষ/মাইগ্ৰেণ- ৩ দিন।
১২-কলেষ্টৰেল- ৪ মাহ।
১৩- পেৰালাইচিচ- ৯ মাহ।
১৪- হাপানী-৪ মাহ।
ঠাণ্ডা পানী আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । ঠাণ্ডা পানীয়ে এতিয়া ক্ষতি নকৰিলেও বুঢ়া বয়সত নিশ্চিত ক্ষতি কৰিব।
ঠাণ্ডা পানীয়ে হৃদয়ৰ ৪টা মুখ্য শিৰা বা নলী ব্লক কৰি পেলায়।যিটো হৃদয় ৰোগ আৰু হাৰ্ট এটেকৰ কাৰণ হৈ পৰে। কল্ডড্ৰিংক্স হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ।
ঠাণ্ডা পানীয়ে লিভাৰ নষ্ট কৰে আৰু লিভাৰত চৰ্বী বা ফেট জমা কৰে। লিভাৰ ট্ৰেন্সপ্লান্টৰ বাবে ৰৈ থকা ৰোগীয়েহে জানে ঠাণ্ডা পানী খোৱাৰ পৰিণতি ।
ঠাণ্ডা পানীয়ে পেটৰ আভ্যন্তৰীণ অংগ আৰু বৃহৎ অন্ত্ৰৰ ক্ষতি কৰি কেন্সাৰ ৰোগ সৃষ্টি কৰে। (প্লাষ্টিকৰ পাত্ৰত গৰম চাহ/পানী বা গৰম আহাৰ বৰ্জন কৰিব । ইও কেন্সাৰ সৃষ্টি কৰে।)

বিঃদ্ৰঃ অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আনকো সজাগ হোৱাত সহায় কৰিব ।