Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

চিকেনগুণীয়া



চিকেনগুণীয়া :::

2 গ্ৰাম  শুকান আদাৰ গুড়ি , 2 গ্ৰাম পিপলি গুড়ি , 2  চামুচ গিলৈ ৰস  আৰু 20 তা মহানিমৰ পাত উতলাই লব ভালকৈ ।।

অলপ গুড় মিহলাই লব ।।

দিনে তিনি বাৰ খাওক  3 দিন ।।।

ওপৰত লিখা গিলৈ ৰস আয়ুৰ্বেদিক দোকানত কিনিব পোৱা যায় ।।

Share কৰিব নাপাহৰিব ।।  যাতে গোটেই অসম বিয়পি পৰে ।।

3 দিনত চিকেনগুণীয়া ঠিক হব ।।