Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

বয়সৰ চাপ



বয়সৰ চাপ :::::
1 চামুচ গাখীৰৰ শৰত 5-6 টোপাল গোল নেমুৰ ৰস মিহলাই
হাতত লৈ ভালকৈ গালত ঘঁহক ।।
2-3 মিনিট ঘঁহাৰ পিছত থাকিব দিয়ক আধা ঘন্টা ।। তাৰ পিছত কুহুমীয়া
গৰম পানীৰে ধুই পেলাওক ।।
এনেকৈ নিয়মিত 30 দিন কৰিলে মুখমণ্ডলত পৰা বয়সৰ চাপ
নোহোৱা হয় । পুৰণি কটা শিঙা দাগ , বসন্তৰ দাগ আদি থাকিলে
90 দিন লগাওক ।।
বহুত সুফল পাব ।।
পংকজ পাঠকৰ পৰা সংগ্ৰহ।