Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

সোণাৰু গছৰ বিভিন্ন ঔষধীয় গুণ।



সোণাৰু গছৰ বিভিন্ন ঔষধীয় গুণ ::::::
অৰ্শ :
40 গ্ৰাম শিপা 400 মিলিগ্ৰাম পানীত উতলাই লৈ
যেতিয়া তাৰ পানী ৰঙা হয় , তেতিয়া সন্ধ্যা নিমখ
6 গ্ৰাম আৰু 20 গ্ৰাম ঘিউ মিহলাই খাব । তেনেকৈ 1
সপ্তাহ খালেই অৰ্শ ঠিক হৈ যায় ।।
খৰ খজুৱতি : পাত পতাত পিছি লৈ খৰ খজুৱতি হোৱা
ঠাইত লগাওঁক ।।
মুখৰ ঘা : কোমল পাত চোবাই খাওক ।
কাহ : পাত পানীত উতলাই মৌ মিহলাই খাওক ।
কৌষ্ঠকাঠিন্য :
ইয়াৰ ফলৰ গুটি 5 গ্ৰাম চেনিৰ লগত দিনত এবাৰ
খালে কৌষ্ঠকাঠিন্য ঠিক হয় ।
গাঁঠিবিষ :
2 তা পাত ঘিউৰ লগত ভাজি 1 মাহ খাব লাগে ।।
খোনা বা বকৰা :::
ফলৰ গুটি ধনীয়াৰ লগত পিছি লৈ পানীত মিহলাই লৈ
এক মাহ দৈনিক কুলি কুলি কৰক ।