Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

হাৰ্টৰ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ আঁহত গছৰ পাত ।



হাৰ্টৰ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ আঁহত গছৰ পাত ।
আঁহত গছৰ পাতে 99% লৈ blockage অষ্ট্ৰপচাৰ নকৰাকৈ খুলি দিব
পাৰে ।
15-20 টা পাত (বেছি কোমল নলব ) 2 গিলাচ পানীত উতলাই
এক গিলাচ কৰি দিনত তিনি বাৰকৈ খাওক ।
মাজত 3 ঘণ্টাৰ ব্যৱধান থকাটো প্ৰয়োজন । এমাহমান
খোৱাৰ পিছত পৰীক্ষা কৰাই চাব ।
দুৰ্বল হৃদযন্ত্ৰৰ ৰোগীসকলেও এইটো বিধান ব্যৱহাৰ
কৰিব পাৰিব ।
একেটা বিধান যিসকলৰ তেজৰ শৰ্কৰা ( suger ) কোনো
ঔষধ খাই কমাব পৰা নাই , তেওঁলোকেও এই বিধান কিছুদিন
কৰিলেই কমাব পাৰিব ।
অসমৰ প্ৰতিখন গাওঁতেই আঁহত গছ পোৱা যায় ।
এজন মধুমেহ ৰোগীয়ে মাহে 500-600 টকাৰ ঔষধ খাব
লগা হয় । তথাপিও ঠিক কৰিব নোৱাৰে ।
প্ৰতিখন গাঁওৰ পৰা মাহে 5 ৰ পৰা 20 হেজাৰ টকা পৰ্যন্ত
ডায়েবেটিচৰ ঔষধৰ নামত বাহিৰত ওলাই যায় ।
হাৰ্টৰ ৰোগীয়ে অস্ত্ৰোপচাৰ কৰিলে 5-6 লাখ খৰচ
হোৱাৰ উপৰিও অষ্ট্ৰপচাৰৰ পিছত গোটেই জীৱন ঔষধ
খাই থাকিবলগা হয় । প্ৰতিমাহে এজন ৰোগীৰ 500-600 টকা
খৰচ হৈ থাকে ।
এতিয়া যদি কোনোবা নিবনুৱা ডেকা বন্ধুৱে ৰাজহুৱা স্থানত
থকা আঁহত গছৰ পাতবোৰ আনি শুকাই গুড়ি কৰি ভালকৈ পেকেট
কৰি ঘৰে ঘৰে বিক্ৰী কৰে , নাইবা গেলামাল দোকানৰ
দ্বাৰা বিক্ৰী কৰে , তেন্তে প্ৰতিখন গাঁওৰ পৰা 4-5 জন
নিবনুৱা স্বাৱলম্বী হব পাৰিব ।
নহলে কেতিয়াবা বঙালী , মাৰোৱাৰীয়ে বিক্ৰী কৰিব
এইবোৰ ।
প্ৰথম অৱস্থাত হয়তো ওচৰৰ পাজৰৰ চকু চৰহা বোৰে
বেপাৰী বুলি হাঁহিব , কিছুদিন পিছত সিহঁতেই টকা ধাৰলৈ খুজিব
আহিব ।
সংগ্ৰহ|||