Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

পানীলগা , গল শুৰ-শুৰাই থকা , বুকুত কফ জমা হোৱা ,শুকান কাহ , TB হোৱাৰ পাছত বুকুত কফ জমা হোৱা আৰু অলপ অলপ ওলাই থকা আদিৰ ঘৰুৱা বিধান ||



পানীলগা , গল শুৰ-শুৰাই থকা , বুকুত কফ জমা হোৱা ,শুকান কাহ , TB হোৱাৰ পাছত বুকুত কফ জমা হোৱা আৰু অলপ অলপ ওলাই থকা আদিৰ ঘৰুৱা ঔষধ ।
ৰাতিপুৱা আধা লিটৰ পানী গৰম কৰি তাত 8-10 তা কলা তুলসীৰ পাত আৰু আধা চামুচ কলা নিমখ মিহলি কৰি লৈ গৰমে গৰমে খাব ।
চাহৰ নিচিনাকৈ খাব ।
15 দিন খালে 10 বছৰ পুৰণা কাহ পৰ্যন্ত ঠিক হৈ যায় ।
পানীলগা তৎক্ষণাৎ নোহোৱা হৈ যাব ।
ৰাতিপুৱা পেট চাফা হৈ যাব । যিবিলাকৰ পেট চাফা নহয় , এনেকৈ পানী খাই লৈ 10 মিনিট ৰখিলেই ওলাই যাব ||