Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ভাত খোৱাৰ লগে লগে পায়খনা হলে কি কৰিব লাগে ?



100 গ্ৰাম শুকান ধনীয়া গুটি আৰু 25 গ্ৰাম কলা নিমখ পতাত বটি লৈ থৈ দিয়ক ।
ভাত খোৱাৰ আধা ঘণ্টা পাছত আধা কাপ গৰম পানীত আধা চামুছ মিহলাই খাওক ।
দিনত 2বাৰ 15 দিন খাওক ।