Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

মূত্রাঘাত বা Retention of urine


 বেমাৰৰ নাম মূত্রাঘাত|ইংৰাজী ভাষাত Retention of urine কোৱা হয়|
ইয়াৰ লক্ষ্যনবোৰ হল তল পেট বিষায়,দুৰ্বল হয় দেহ,জ্বৰ উঠে,বমি ভাৱ হয়,পিয়াহ লাগে,কেতিয়াবা ৰঙচুৱা প্ৰস্ৰাৱ হয় আৰু কেতিয়াবা হালধীয়া হয়|

বিধান-- ৪/৫ খন পাতে গজাৰ পাতৰ ৰস উলিয়া খাৱ দৈনিক |এমাহ খাৱ| আৰু পাতটো পিহি পেটত প্ৰলেপ দিৱ|