Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ফিটকীৰীৰ আমি নজনা কেইটামান অদ্ভূত গুণ



::::::ফিটকীৰীৰ আমি নজনা কেইটামান অদ্ভূত গুণ :::::
1 . টনছিল হলে ফিটকীৰী পানীত মিহলাই কুলি কুলি কৰিলে ভাল পায় আৰু ফুলা কমি যায় ।
2 . মহিলাসকলৰ বগাশ্ৰাৱৰ সমস্যা থাকিলে আধা গ্ৰাম ফিটকীৰি এটা কলৰ ভিতৰত ভৰাই থৈ ৰাতিপুৱা খাব । এনেকৈ 7 দিন খালে সম্পূৰ্ণ সুস্থ হৈ উঠে ।।
3 . গৰ্ভৱতী মহিলাৰ বা সাধাৰণতে হোৱা veginal infection ৰ বাবে ফিটকীৰি মিহলোৱা পানীৰে দিনত 3 বাৰ ধুলে ভাল হয় ।
4. যিকোনো কটা চিঙাত তেজ নৰোৱা হলে ফিটকীৰি লগালে তেজ ওলোৱা বন্ধ হয় ।
5. শিশুৰ কাপোৰ ধুৱাৰ সময়ত ডেটলৰ সলনি ফিটকীৰি ব্যৱহাৰ কৰিলে 1000 গুণ ভাল ফল পাব ।। ডেটলৰ দাম 600 টকা লিটাৰ ।
10 টকাৰ ফিত্কীৰীৰে 600 লিটাৰ ডেটল বনাব পাৰিব ।।
গতিকে ডেটল বন্ধ কৰি আজিয়েই ফিটকীৰি আনক ।
6. দাঁতৰ পোকে খালে বা দাঁত বিষালে ফিটকীৰি পানীত মিহলাই সেই পানী তুলাৰে দাঁতত লগালে বিষ নোহোৱা হয় আৰু infection নহয় ।
7. যদি মাহেকীয়া নিয়মিত হোৱাৰ পাছতো গৰ্ভধাৰণ কৰিব পৰা নাই , তেন্তে এডোখৰ তুলাত বুটমাহ এটাৰ সমান ফিটকীৰি মেৰিয়াই লৈ পানীত ডুবাই ৰাতি গুপ্তাঙ্গত ভৰাই থব ।। ৰাতিপুৱা গোটেই বেয়া বস্তু ওলাই আহিব ভিতৰৰ পৰা । এনেকৈ 1 সপ্তাহ কৰক ।
8. তাল মিস্তৃ 20 গ্ৰাম আৰু ফিটকীৰি 10 গ্ৰাম লৈ ভালকৈ গুড়ি কৰি থৈ দি দৈনিক আধা গ্ৰাম কৰি খালে হাপানী ৰোগৰ পৰা উপশম পাব পাৰি ।
9. অকণী হলে 1 লিটাৰ পানীত 10 গ্ৰাম ফিটকীৰি মিহলাই মূৰ ধুলে অকণী মৰি যায় ।
10 . গোটেই গা খুজাই থাকিলে ফিটকীৰি পানীৰে গা ধুলে খোজোৱা বন্ধ হয় ।।।