Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

মধুমেহ ৰোগ বা বহুমূত্ৰ ৰোগৰ ঘৰুৱা বিধান।



মধুমেহ ৰোগ বা বহুমূত্ৰ ৰোগৰ ঘৰুৱা বিধান : 

2 চামুচ তিল আৰু 1 চামুচ জনিগুটি পতাত পিছি
গুড়ি কৰি লওক । তাৰ পিছত সেই গুড়িখিনি 50
গ্ৰাম গুড়ৰ লগত মিহলাই ৰাতিপুৱা -গধূলি 1
চামুচকৈ খাওক ।

ৰাতিপুৱা খালি পেটত 1 চামুচ আদাৰ ৰস খাব
পাৰে ।

তলত কেইতামান আসন দিয়া হৈছে,এইকেইতা ৰাতিপুৱা সদায় কৰক|


Share কৰিব নাপাহৰিব ।।