Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

পুৰুষৰ কেইটামান গুপ্তৰোগৰ ঘৰুৱা বিধান


পুৰুষৰ কেইটামান গুপ্তৰোগৰ বিষয়ে লিখিলো......
১)ধাতু দুৰ্বল--তুলসীৰ শিপা ১ইঞ্চি মান পাণৰ লগত নিয়মিত এমাহ খাৱ|
২)প্ৰেমেহ--( লিংগত ঘাহ)পাতেগজাৰ পাতৰ ৰস ২৫গ্ৰাম কৈ নিয়মিত এসপ্তাহ খাৱ|
৩)মূত্রকৃচ্চ ৰোগ-(প্ৰস্ৰাৱ জ্বলা-পুৰা কৰে আৰু টোপ টোপকৈ পৰে)আধা লি.পানীত তিনিটা পিয়াজৰ ৰস মিহলায় গৰম কৰিৱ লাগে|২৫০মি.লি হলে নমায় থই খাৱ লাগে চাহ দৰে|১০দিন খাৱ|
৪)লিংগত ঘা-- ৮গ্ৰাম কেঁচা হলধীৰ ৰসত অলপ পানী মিহলি কৰি দিনে দুবাৰ কৈ ১৫দিন খাৱ লাগে|
৫)স্বপ্নদোষ--২চামুচ জেতুকাৰ পাতৰ ৰসত অলপ চেনী মিহলায় এগিলাচ গাখীৰৰ লগত এমাহ খাৱ লাগে|
ধন্যবাদ||
প্ৰতিজন পুৰুষে শ্বেয়াৰ কৰক|||