Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

নিউমোনীয়াৰ লক্ষন আৰু ইয়াৰ ঘৰুৱা চিকিৎসা


নিউমোনীয়াৰ লক্ষন--
 হঠাতে ঠাণ্ডা লাগি জ্বৰ হয়|ভোক নালাগে,মূৰৰ বিষ হয়|জ্বৰ ১০৩/১০৪ ফাৰেনহাইত পৰ্যন্ত থাকে| গোটেই গাতে বিষ অনুভৱ হয়|বুকুৰ বিষ হয় আৰু কাহ হয়| প্ৰথমে শুকান কাহ,কোহোতে কষ্ট হয়|বেছি হলে কজলা বা হালধীয়া  বৰনৰ খেকাৰ ওলায়|শ্বাহ খৰতকীয়া হয়|মুখৰ পৰা দুৰ্গন্ধ ওলায় আৰু শৰীৰ দুৰ্বল হয়|দুয়ো কোৱাৰিত ঘা হয়|জিভা বগা হয়| মুখৰ ভিতৰৰ ছাল ছিগে|

  ঘৰুৱা চিকিৎসা:::১)একচামুচ নহৰুৰ ৰসৰ লগত সামান্য পৰিমানে গৰম পানী মিহলী কৰি দিনত দুবাৰ কৈ খাৱ লাগে|
২)২চামুচ কলীয়া তুলসীৰ ৰসত মৰাণ আদা আধা চামুচ আৰু মৌ আধা চামুচ মিহলায় দিনে দুবাৰকৈ ১৫-২০ দিন খাৱ|
নাখাৱ--- বিৰি,চিগাৰেট,ধপাত,মাদক দ্ৰব্য,উৰহী,মাটিকঠাল,বেঙেনা,টেঙা বস্তু,জ্বলা আৰু ভজা পোৰা বস্তু,মাছ মাংস,মছলা জাতীয় খাদ্য| ঠাণ্ডা নাখাৱ||
ধন্যবাদ||
শ্বেয়াৰ কৰক যাতে কোনোবা দুখীয়া পৰিয়ালৰ উপকাৰ হয়|টকাৰে সহায় কৰিব নোৱাৰিলেও শ্বেয়াৰ কৰি সহায় কৰক| ডাক্তৰৰ ওচৰত গলে ২০০০/৩০০০ হাজাৰ টকা লাগিব|