Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

সহজ লভ্য বন দৰৱ


সহজ লভ্য বন দৰৱ:::::
১)বমি--দুই চামুচ আমলসীৰ ৰসৰ লগত আধা চামুচ চেনি মিহলায় খালে বমি বন্ধ হয়||
২)কাণ পকিলে--কেঁচা জেতুকাৰ পাতৰ ৰস উলিয়াই কাণত কেইটোপাল মান দিলেই সুফল পোৱা যায়||
৩)দাঁতৰ গুৰিয়েদি তেজ ওলোৱা-- দুবৰিবন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি থাকিলে তেজ বন্ধ হয়|
৪)বিছাই ডাকিলে-- লাই জাবৰি এমুঠি খুন্দি ৰস লগালে  খজেৱা বন্ধ হয়|
৫)কাঁইট সোমালে-- শৰীৰৰ কোনো ঠাইত কাঁইট সোমালে পাতেগজাৰ পাত পিহি কাঁইট সোমোৱা ঠাইত লগাৱ লাগে|||