Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

শৰিৰীৰ পৰা চৰ্বী কমোৱাৰ বিধান


শৰিৰীৰ পৰা চৰ্বী কমোৱাৰ বিধান
১)ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগত উঠক|
২)দৈনিক ৪ৰ পৰা ৬কি.মি লাহে লাহে দৈৰক|
৩)জপিয়া ধৰনৰ ব্যয়াম কৰক|
৪)সূৰ্যনমস্কাৰ ১০টা কৰক|
৫)১০মিনিট সময় কপালভাট্টি প্ৰনায়ন কৰক|
৬)১০মিনিট অনুলম-বিলম প্ৰনায়ন কৰক|
৭)কুহুমিয়া পানী ব্যৱহাৰ কৰক|(চৰ্বী থকা লোকে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব|)
৮)পানী বহি খাৱ,|
৯) নেমুটেঙাৰ ৰস যথেষ্ট খাৱ|(খালী পেটত নাখাৱ|)