Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

সুস্থ আৰু সবল হৈ থকাৰ সহজ উপায়।


সুস্থ আৰু সবল হৱলৈ হলে...
১)সুৰ্য উদয় হোৱাৰ আগত বিছনা এৰক|
২)১ঘন্টা সময় যোগাসন বা ব্যয়াম কৰক|
৩)ব্যয়ামৰ শেষত ১লি.কুহুমীয়া পানী খাৱ|
৪)সদায় এটাকৈ তুলসীৰ পাত খাৱ|
৫)আনক সহায় কৰি আনন্দ লৱ|
৬)পৰিয়ালৰ সকোল সদস্যৰ লগত হাহি মাতি কথা পাতিৱ|
৭)যি কাম কৰে সেই কাম সুখি হৱলৈ নকৰিব,যি কাম কৰে সেই কাম সুখি হয় কৰক|
৮)দৈনিক একচামুচকৈ মৌ খাৱ|
৯)এদিনত ৫লি. পানী খাৱ লাগে|