Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

বিষৰ বিধান


বিষ নাশক :::::
তিলৰ তেল 250 গ্ৰাম , এৰা গছৰ শুকান বা পুৰঠ
গুটি 5 তা , নহৰু 10 ফোঁট আৰু সন্ধ্যা নিমখ 1 চামুচ
।।
টেলখিনিত এই বস্তুখিনি মিহলাই গৰম কৰক নহৰু
খিনি কলা নোহোৱালৈ ।।
তাৰ পিছত এটা কাঁচৰ বটলত ভৰাই থওক ।। শৰীৰৰ
যতেই বিষালেও সেই তেল মালিচ কৰিব পাৰে