Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ডিঙিৰ বিষৰ পৰা মুক্তি পোৱাৰ উপায়।


ডিঙিৰ বিষৰ ঘৰুৱা উপায়

ডিঙিৰ বিষৰ পৰা আঁতৰি থকা ৯ টা উপায়

ডিঙিৰ বিষৰ পৰা মুক্তি পোৱাৰ উপায়... ডিঙিৰ বিষৰ পৰা আঁতৰি থকা ৯ টা উপায়... ডিঙি আৰু কান্ধৰ বিষ হ’ব পৰা ভাইৰাছ জনিত বা বেক্টেৰিয়াজনিত সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ সহজ ৯ টা উপায় অৱলম্বন কৰিলে এনে অৱস্থাৰ পৰা যথেষ্ট পৰিমাণে হতাশ পাব পাৰিব

ডিঙিৰ বিষৰ পৰা মুক্তি পোৱাৰ উপায়

ডিঙিৰ বিষৰ পৰা মুক্তি পোৱাৰ উপায়...যদি আপোনাৰ সঘনাই ডিঙিৰ বিষ হৈ থাকে, তেনেহ’লে প্ৰতিমাহে আপুনি দাঁত ব্ৰাছ কৰিবলৈ এডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। আনহাতে, প্ৰতিবাৰ ৰোগ হোৱাৰ পিছত একোডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। কাৰণ ডিঙিৰ বিষৰ বাবে দায়ী ভাইৰাছ আৰু বেক্টেৰিয়া জমা হৈ থকা অন্যতম ঠায়েই হ’ল টুথব্ৰাছ।

ডিঙিৰ বিষৰ ঘৰুৱা বিধান

ডিঙিৰ বিষৰ ঘৰুৱা বিধান...ডিঙিৰ বিষত ভুগি থকা ব্যক্তিৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰা আঁতৰি থাকক। যদি আপুনি বসবাস কৰা অঞ্চলটোৰ পৰিৱেশ দূষিত বুলি ভাবে তেন্তে কাঁহ, চৰ্দি হৈ থকা সময়ত কোঠাৰ ভিতৰতে থকাৰ চেষ্টা কৰক। কিয়নো এনে অৱস্থাত দূষিত পৰিৱেশলৈ গ’লে আপোনাৰ ৰোগৰ অৱস্থা অধিক শোচনীয় হোৱাৰ সম্ভাৱনা

ডিঙিৰ বিষৰ ঘৰুৱা উপায়

ডিঙিৰ বিষৰ ঘৰুৱা উপায়..আনে ব্যৱহাৰ কৰা টেলিফোন বা পানীৰ টেপ আদি ব্যৱহাৰৰ সময়ত যাতে নাক আৰু মুখত স্পৰ্শ নকৰে তাৰ প্ৰতি সচেতন হৈ থাকক।


একেৰাহে বৰষুণ, এই ঠাণ্ডা এই গৰম-এনে বতৰত শৰীৰৰ তাপৰ তাৰতম্য হোৱাৰ লগতে সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা দূৰ্বল হৈ পৰে। ফলত বেছিভাগ লোকেই চৰ্দি, জ্বৰ, কাঁহ আদিত ভুগিবলগীয়া হয়। ইয়াৰ বাবেই ডিঙি আৰু কান্ধৰ বিষো আৰম্ভ হ’ব পাৰে।

সেইবাবেই ডিঙি আৰু কান্ধৰ বিষ হ’ব পৰা ভাইৰাছ জনিত বা বেক্টেৰিয়াজনিত সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ সহজ ৯ টা উপায় অৱলম্বন কৰিলে এনে অৱস্থাৰ পৰা যথেষ্ট পৰিমাণে হতাশ পাব পাৰিব l

● যদি আপোনাৰ সঘনাই ডিঙিৰ বিষ হৈ থাকে, তেনেহ’লে প্ৰতিমাহে আপুনি দাঁত ব্ৰাছ কৰিবলৈ এডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। আনহাতে, প্ৰতিবাৰ ৰোগ হোৱাৰ পিছত একোডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। কাৰণ ডিঙিৰ বিষৰ বাবে দায়ী ভাইৰাছ আৰু বেক্টেৰিয়া জমা হৈ থকা অন্যতম ঠায়েই হ’ল টুথব্ৰাছ।

●আনে ব্যৱহাৰ কৰা খোৱা পাত্ৰ পৰাপক্ষত ব্যৱহাৰ নকৰিব।

●আনে ব্যৱহাৰ কৰা টেলিফোন বা পানীৰ টেপ আদি ব্যৱহাৰৰ সময়ত যাতে নাক আৰু মুখত স্পৰ্শ নকৰে তাৰ প্ৰতি সচেতন হৈ থাকক।

●ডিঙিৰ বিষত ভুগি থকা ব্যক্তিৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰা আঁতৰি থাকক। যদি আপুনি বসবাস কৰা অঞ্চলটোৰ পৰিৱেশ দূষিত বুলি ভাবে তেন্তে কাঁহ, চৰ্দি হৈ থকা সময়ত কোঠাৰ ভিতৰতে থকাৰ চেষ্টা কৰক। কিয়নো এনে অৱস্থাত দূষিত পৰিৱেশলৈ গ’লে আপোনাৰ ৰোগৰ অৱস্থা অধিক শোচনীয় হোৱাৰ সম্ভাৱনা
 থাকে।

●অতিৰিক্ত মাদক দ্ৰব্য সেৱন নকৰিব।

●ধূমপান কৰা ব্যক্তিৰ পৰা আঁতৰি থাকক আৰু নিজেও ধূমপান নকৰিব।

●যদি কোঠাৰ পৰিৱেশ অতিপাত শুকান হয় তেন্তে কোঠাৰ আৰ্দ্ৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক।

●শৰীৰৰ স্বাভাৱিক ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সচেতন হওক।
অত্যাধিক মানসিক চাপ কমাবলৈ চেষ্টা কৰিলে, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে আৰু পৰ্য্যাপ্ত বিশ্ৰাম ল’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

●সদায় মনত ৰখা উচিত যে ৰোগৰ চিকিৎসাতকৈ প্ৰতিৰোধ উত্তম।

অনুগ্ৰহ কৰি লাইক আৰু স্বেয়াৰ কৰিব।