Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

থাইৰড হলে় কি কি আহাৰ খাব লাগে?


*থাইৰড হলে় কি কি আহাৰ খাব লাগে....*

        থাইৰড হলে 30 % চালাদ 30% বইল আহাৰ আৰু 40 % মূখ্য আহাৰ খাওক..চালাদ হিচাপে পিয়াজ,গাজৰ,টিয়হ খাওক পিয়াজে তেজ চাফা কৰে লগতে গাজৰত জিংক আৰু ভিটামীন A পোৱা যায় যি থাইৰডৰ কাৰণে খুবেই ভাল.. গজালি ওলোৱা আহাৰ যেনে চানা, ম'গু, দাইল আদি খাওক ই আমাৰ শৰীৰত শক্তি প্ৰদান কৰে আৰু ভাগৰুৱা অনুভৱ নকৰায় . কিন্তুু গজালি ওলোৱা এই আহাৰ সমূহ কেচাকৈ নাখাব ইয়াক 5 মিনিট সময় গৰম পানীত বইল কৰি খাব লাগে . ইয়াৰ সলনি আলু বইল কৰি খাওক, আলু বইল কৰিলে মানুহ শকত হোৱা মাত্ৰা কমি যায় . আলুত পটেছিয়ামৰ পৰিমাণ অধিক পোৱা যায় যি শৰীৰত মেটাপলিজিম ভালকৈ ৰাখে . মূখ্য আহাৰ হিচাপে ফলদায়ক যেনে ফ্ৰেজবীণ,চজিনা আদিৰ দৰে শাকপাচলি্ খাওক ফলদায়ক শাক পাচলিত জিংক, আইৰণ, প্ৰটিণ আৰু চেলেনিয়ামৰ পৰিমাণ বেছি থাকে যি থাইৰডৰ বাবে বহুত উপযোগী, লগতে ব্ৰাউন ৰাইচ ব্যবহাৰ কৰিব পাৰে ,ইয়াৰ দ্বাৰা আমাৰ শৰীৰত প্ৰটিনৰ মাত্ৰা অধিক পোৱা যায় আৰু শৰীৰত চোগাৰৰ পৰিমাণ নিয়ত্ৰণ ৰাখে . থাইৰড হলে শৰীৰত ভিটীমীন B ৰ পৰিমাণো খুব দৰকাৰী যাৰ বাবে দৈ আৰু গাখীৰৰ পৰিমাণ বেছিকৈ ব্যৱহাৰ কৰিব লাগে,দৈত থকা আইয়ডিনে থাইৰডৰ ফলত শৰীৰত দৰকাৰ হোৱা আইয়ডিনৰ পৰিমাণ যোগান ধৰে, লগতে দৈ আৰু গাখীৰত চেলেনিয়াম প্ৰটিন আৰু ভিটামীন B পোৱা যায় যি শৰীৰত thyroxine hormonৰ পৰিমাণ বঢ়য় . প্ৰতিদিনে একাপকৈ দৈ বা গাখীৰ খাওক. থাইৰড হলে মাছ বেছিকৈ খাওক ইয়াত omega 3 faty acid আৰু selenium পোৱা যায় যি থাইৰডৰ বাবে সকলোতকৈ জৰুৰী, ইয়াৰ উপৰি কণী, ব্ৰেড দ্ৰাই ফ্ৰুট খাব পাৰে.........