তামৰ পাত্ৰত পানী খোৱাৰ উপকাৰিতা :
১. শৰীৰৰ ওজন কমোৱাত সহায় কৰে।
২. যৌৱন দীঘলীয়া কৰে।
৩. ক্ষত আৰু ঘাঁ শুকোৱাত সহায় কৰে ।
৪. থাইৰয়েড গ্ৰন্থি নিয়মীয়া আৰু স্বাস্থ্যবান কৰে।
৫. কেন্সাৰ প্ৰতিৰোধ কৰে।
৬. মেলালিনৰ অধিক উত্পাদনত বাধা দি ছাল উজ্জ্বল আৰু বগা কৰে।
৭. ৰক্তহীনতা দূৰ কৰে।
৮. পেটৰ অসুখ ভাল কৰে আৰু পাচন তন্ত্ৰ সু নিয়ন্ত্ৰিত কৰে।
৯. হৃদপিণ্ড সবল আৰু স্বাভাৱিক স্বাস্থ্যৱান কৰে।
১০. মগজু সু নিয়ন্ত্ৰিত, সক্ৰিয় আৰু স্বাস্থ্যবান কৰে।
১১. আৰ্থাৰাইটিচ নিয়ন্ত্ৰণ আৰু নিৰাময় কৰে।