Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

জীৱ- জন্তু বা কীট- পতঈই কামুৰিলে


জীৱ- জন্তু বা কীট- পতঈই কামুৰিলে ::::

১) মৌ বা বৰলে ফুটিলে আদাৰ ৰস নাইবা পিঁয়াজৰ ৰস নাইবা নাৰ্জী বনৰ ৰস সেই ঠাইত সানিব লাগে|

২)শিঙি মাছে ফুটিলে জলকীয়া পিহি বিন্ধা ঠাইত প্ৰলেপ দিলে বিষ কমে|

৩)এন্দুৰে কামুৰিলে আৰু বিছাই ডাকিলে পনৌনোৱাৰ পাত খুন্দি কামোৰা ঠাইত সানিলে আৰু ২৫গ্ৰাম ইয়াৰ পাতৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়|

৪) চিকাই কামুৰিলে কলীয়া তুলসীৰ পাত খুন্দি আফুগুটিৰ ৰস মিহলাই প্ৰলেপ দিলে বিষ কমে|

৫)ভেকুলীয়ে কামুৰিলে তুলসীৰ পাত,সৰিয়হ আৰু সিজু পিহি গাখীৰৰ লগত ভাল দৰে মিহলি কৰি লগাব লাগে|

👉👉 অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব|