Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

হাৰ্ট ব্লকেজ হলে কি কৰিব?



আজি 5 লাখ টকা বচাই দিম আপোনাৰ ।।।।
যিসকলৰ হাৰ্ট ব্লকেজ হৈছে , তেওঁলোকে এতিয়া angioplasty কৰি 5 লাখ টকা খৰচ কৰাৰ দৰকাৰ নাই ।
Angioplasty কৰিলে এপাত spring লগাই দিয়ে , যাক stent বুলি কয় । এই spring ডাল আমেৰিকাৰ পৰা আহে । এইডাল বনোৱাৰ খৰচ 50 টকাৰ ভিতৰত হয় ।। এই spring ডাল সিহঁতে ভাৰতত 2.5 লাখ টকাত বিক্ৰী কৰে ।
তাৰ ওপৰত লগোৱা খৰচ , ঔষধ , ডক্টৰৰ খৰচ আদি মিলাই প্ৰায় 5 লাখ খৰচ হয় ।
Aangioplasty কৰাৰ পাছতো success নহয় । কাৰণ ডক্টৰে ব্লকেজ হে খুলি দিয়ে , ব্লকেজ হোৱাৰ কাৰণটো বন্ধ কৰিব নোৱাৰে ।। তাৰ বাবে 1-2 বছৰ পাছত আকৌ stent ৰ দুইফালে ব্লক হৈ যায় ।।
ইয়াৰ পাছত তেওঁলোকে আপোনাক ভগৱানৰ ওপৰত এৰি দিব ।।
ভগৱানে কিন্তু আপোনাক ঠিক কৰিব কেতিয়াও নাহে ।
কাৰণ ভগৱানে নিজেই গীতাত কৈছে .....
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥
অৰ্থাৎ
যেতিয়াই যেতিয়াই ধৰ্মৰ ওপৰত অত্যাচাৰ হয় ।।
যেতিয়াই যেতিয়াই অধৰ্মৰ উত্থান হয় ,
তেতিয়াই মই আহিম ।।
সাধু সন্যাসিক ৰক্ষা কৰা আৰু ধৰ্ম সংস্থাপনৰ বাবে
মই যুগে যুগে জন্ম লম ।।।।
এতিয়া কথা হল যে ভগৱানে নিজেই কৈছে , তেওঁ হেনো সাধু সন্ন্যাসী ৰক্ষাৰ বাবে আৰু ধৰ্ম সংস্থাপনৰ বাবেহে আহিব , গতিকে আপুনি তেওঁক বাট চাব নোৱাৰে ।।
আৰু হয়তো আপুনি সাধু সন্যাসিও নহয় ।।।
গতিকে নিজৰ ডক্টৰ নিজেই হওক আৰু আয়ুৰ্বেদৰ ব্যৱহাৰ কৰক ।।
দৈনিক 1 গিলাচ জাতি লাওঁৰ জুইচ বনাই খাওক আৰু 3 মাহত ব্লকেজ খুলি দিয়ক ।।
তিনি মাহত জাতি লাওঁৰ খৰচ খুব বেছি 1000 টকা যাব ।।
ইয়াৰ উপৰিও
1. High BP normal হব ।
2. কলেষ্টৰেল normal হব ।
3. তেজ পৰিষ্কাৰ হব ।
4. তেজৰ অম্ল নোহোৱা কৰিব ।
5. পেট পৰিষ্কাৰ কৰিব ।
6. পেচাবৰ জ্বলা পুৰা নোহোৱা হব ।
7. Constipation নোহোৱা হব ।
বাকলি নোগুচোৱা কৰি জুইচ উলিয়াই ৰাতিপুৱা খালি পেটত খাব ।। 3 মাহ দৈনিক খাওক ।।
যদি ৰাতি 2 বজাৰ পৰা 5 বজাৰ ভিতৰত বুকু পিঠি বিন্ধি ধৰিছে , তেন্তে 1-2 বছৰ পাছত হাৰ্ট এটেক হব ধৰিব ।।
নিমখ বন্ধ কৰিব আৰু ৰিফাইন তেল নাখাব ।।।
যদি সুফল পায় , তেন্তে আমাৰ helpline খোলাৰ বাবে আৰ্থিক অনুদান দি সহায় কৰে যেন ।