Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

অমিতাৰ পাতৰ গুণাগুণ



####অমিতাৰ পাতৰ গুণাগুণ ####
শেহতীয়া গৱেষণা অনুসৰি অমিতাৰ পাতৰ ৰসে কেঞ্চাৰ ঠিক কৰিব পাৰে ।।
পাকস্থলীৰ কেঞ্চাৰ , স্তন কেঞ্চাৰ , লিভাৰ কেঞ্চাৰ , হাঁওফাঁও কেঞ্চাৰ , pancreas কেঞ্চাৰ আদি অমিতাৰ পাতৰ ৰস খালে ঠিক হয় ।
2. মেলেৰীয়া , ডেংগু আদিৰ নিচিনা ৰোগ অমিতাৰ পাতৰ ৰস খালে ঠিক হৈ যায় ।।
অমিতাৰ পাতৰ ৰসে তেজৰ প্লেটলেট অতি কম সময়ৰ ভিতৰত বঢ়াই দিয়ে ।
3. অমিতাৰ পাতৰ ৰস খালে বিভিন্ন ধৰণৰ বেক্টেৰীয়া , fungal infection , পেলু , ফিটা পেলু আদিও ধ্বংশ কৰে ।
4. অমিতাৰ পাতৰ ৰস খালে তাইফয়দ ৰোগ ঠিক হয় ।
5. অমিতাৰ পাতৰ ৰস খালে বেক্টেৰীয়া জনিত জ্বৰ ঠিক হয় ।
খোৱাৰ নিয়ম :
উপৰোক্ত সকলো ৰোগত অমিতাৰ পাতৰ ৰস উলিয়াই 30 মিলিগ্ৰাম কৰি দিনত 2 বাৰ খাব পাৰে।
Share কৰিব নাপাহৰিব।