![]() |
ভেন্দি |
"ভেন্দি" (Okra/Ladies Finger) পাচলি বিধ সকলোৰে ৰন্ধন ঘৰত প্ৰায়েই থাকে, বহুতেই ইয়াক খায় ভাল পায় আৰু বহুতেই ইয়াৰ বিজলীয়া গুনতোৰ বাবে নিজৰ খাদ্য তালিকাৰ পৰা বাহিৰত ৰাখে।
.
কিন্তু "ভেন্দি" (Okra/Ladies Finger) নামৰ এই পাচলি বিধৰ আছে অনন্য এক ঔষধীয় মাহ্যাত্ম, যাক গ্ৰহন কৰিলে মানৱ শৰীৰে পায় বিভিন্ন ধৰণৰ ৰোগৰ পৰা মুক্ত।
.
আচলতে "ভেন্দি" (Okra/Ladies finger) নামৰ এই পাচলি বিধত কিনো ঔষধীয় গুন আছে তলৰ কথা খিনি মনোযোগেৰে পঢ়ক :
.
"ভেন্দি"ৰ অসাধাৰণ গুন হ'ল ই তেজত শৰ্কৰাৰ পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰে, যাৰ ফলত বহুমুত্ৰ ৰোগীৰ (ডায়েবেটিছ) দেহত চুগাৰৰ পৰিমান নিয়ন্ত্ৰণ কৰিব পৰা যায়, লগতে "ভেন্দি" নামৰ এই পাচলিবিধৰ গ্ৰহনে "বৃক্ক" (Kidney) ক সদায় সুৰক্ষিত কৰি ৰাখে অৰ্থাৎ বিভিন্ন ধৰণৰ "বৃক্ক" ৰোগৰ পৰা আপোনাৰ "বৃক্ক"ক সুৰক্ষা প্ৰদান কৰে।
.
আপুনি দুটা বা তিনিটা ভেন্দিক প্ৰথমে ভালদৰে ধুই ইয়াৰ আগ আৰু গুৰিতো কাটি পেলাই দি, ভেন্দি কেইটা গোটাকৈয়ে ৰাখি কটাৰীৰে দিঘল দিঘলকৈ চিৰা লগাই দি এটা কাচৰ গিলাচত পানী লৈ তাত গোটেই ৰাতিতোৰ বাবে জুবুৰিয়াই ৰাখি, পানী খিনি ভালদৰে ঢাকন দি ৰাখি দিয়ক, আৰু ৰাতিপুৱা শুই উঠি শুদা পেটত সেই পানী খিনি চাকনিৰে ভালদৰে চেকি লৈ সেৱন কৰক, এমাহ এনেদৰে ইয়াক সেৱন কৰিলে বহুমুত্ৰ ৰোগী সকলে ইয়াৰ সুফল হাতে হাতে পাব।
.
আচলতে ভেন্দিৰে ভিজাই ৰখা এই পানী গিলাচত থাকে কি, গোটেই ৰাতি পানীত ভিজাই ৰখাৰ ফলত ইয়াত ৰাসায়নিক ক্ৰিয়া হৈ ভেন্দিৰ ঔষধীয় গুন সমূহ পানীখিনিলৈ সিচৰিত হয়, এই পানী গিলাছত- সাধাৰণতে ৩০ গ্ৰাম ক'লেষ্ট্ৰোল,৩ গ্ৰাম ডায়েটেৰি ফাইভাৰ, ২ গ্ৰাম প্ৰোটিন, ৭.৬ গ্ৰাম কাৰ্বোহাইড্ৰেইট, ০.১ গ্ৰাম ফেট, ২১ মিলিগ্ৰাম ভিটামিন চি, ৮৮ মাইক্ৰোগ্ৰাম ফ'লেট আৰু ৫৭ মিলিগ্ৰাম মেগনেছিয়াম থাকে, এই মিশ্ৰনে গিলাচৰ পানী খিনিত আমাৰ দেহত ঔষধীয় গুনৰ ক্ৰিয়া কৰে।
.
এই ভেন্দিৰ পানী গিলাচত থকা ২১ মিলিগ্ৰাম ভিটামিন চি য়ে হাপানী (Asthma) ৰোগক লাঘৱ বা পাতল কৰাত সহায় কৰে।
.
এই পানী গিলাচৰ ফাইভাৰৰ বাবে দেহত ক'লেষ্ট্ৰোলৰ মাত্ৰা কম কৰি ৰাখিৱ পৰা যায় যাৰ ফলত বহু ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পাৰি।
.
ভেন্দিত থকা ভিটামিন চি ৰ বাবে আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষ (Immune system) বোৰ শক্তিশালি হৈ উঠে, যিয়েই আপোনাৰ তেজত শ্বেত ৰক্ত কনিকাৰ পৰিমান বৃদ্ধি কৰে আৰু দেহক ৰোগৰ সৈতে যুজিৱলৈ শক্তিশালি কৰে।
.
সদৌশেষত গৰ্ভৱতী মহিলাৰ বাবে "ভেন্দি" এক মহৌষধী, ভেন্দিত উচ্চ পৰ্য্যায়ৰ ভিটামিন A আৰু ভিটামিন B (B1, B2, B6) ৰ লগতে ভিটামিন চি আছে, লগতে ইয়াত জিংক (Zinc) আৰু কেলছিয়ামৰ সমাহাৰৰে গৰ্ভৱতী অৱস্থাত ভেন্দি গ্ৰহন কৰিলে গৰ্ভৱতি গৰাকীৰ বাবে ভেন্দি মহৌষধীলৈ ৰূপান্তৰিত হয়। লগতে ইয়াত থকা ফাইভাৰ আৰু ফ'লিক এচিডো গৰ্ভৱতী মহিলাৰ বাবে আন এটা ঔষধীয়, যিয়েই শিশুৰ জন্ম সমস্যা ৰোধ কৰে, যেনে স্পিনা বিফিডিয়া (Spina bifidia) আৰু গৰ্ভাৱস্থাত কনষ্টিপেচনৰ (Constipation) সমস্যা বন্ধ কৰিব পাৰে।
.
গতিকে ভেন্দিক গ্ৰহন কৰক, ইয়াক আপুনি, ফ্ৰাই কৰি, উতলাই, আঞ্জা বনাই কিম্বা আচাৰ কৰিও গ্ৰহন কৰিব পাৰে। নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক।
.
বিঃ দ্ৰঃ : ভেন্দি থায়'ৰড (thyroid) ৰোগীৰ বাবে সুবিধাজনক নহয়।
Share কৰিব নাপাহৰিব।