Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ভাতখোৱা হোৱাৰ পিছৰ নিয়মটো


এছিডিটি,জ্বলা-পুৰা,পেট ফুলা,গেছৰ সমস্যা আদি ৰোগবোৰ হোৱাৰ ৪০% কাৰন হল আমি ভাত খোৱাৰ  পিছৰ নিয়মটো পালন নকৰো|

ভাতখোৱা হোৱাৰ পিছৰ নিয়মটো::::
আমি সকোলয়ে জানো আমাৰ খাদ্য হজম হৱলৈ প্ৰায় তিনি ঘন্টা সময় লাগে| কিন্তু আমি খাদ্য হজম হৱ নিদিওঁ| মানে বিশেষকৈ ৰাতি খাদ্য খোৱাৰ এঘন্টা পিছতে শুই যাওঁ| আমাৰ হজম প্ৰক্ৰিয়া বন্ধ হৈ যায়| পেটত থকাবোৰ ৰাতিপুৱালৈ ৰৈ থাকি গল| কিছুমান আৱৰ্জনা হৈ অলায় গল কিছুমান ৰৈ গল| আপোনালোকে প্ৰমান চাৱ পাৰে কেতিয়াবা খাদ্য বস্তু চবাই চবাই পাত্র এটাত এৰাতি থৱ| ৰাতি পুৱালৈ দুৰ্গোন্ধৰ সৃষ্টি হয়|ঠিক তেনেদৰে আমাৰ পেটৰ ভিতৰত দুৰ্গোন্ধ উলায়| তাৰ পৰায়ে গেছৰ সমস্যা,এচিডিটি, জ্বলা পুৰা,ৰোগৰ সৃষ্টি হয়|
খাদ্য খাই তিনি ঘন্টা পিছতহে শুৱ|