Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ঘৰুৱা বিধান ||


উচ্চ ৰক্তচাপৰ বাবে
 পথ্য--বিলাহী,মাটিকঠাল,সুমথিৰা টেঙা,নাচপতি, আম,মধুৰি আম,ত্রীফলা,কেচা নহৰু আদি ভাল|বেছি শুই নাথাকিৱ|সৰু সৰু দুটা এটা কাম কৰিৱ|ৰাতিপুৱা সোনকালে উঠিৱ|
আপথ্য-পিয়াজ,কণী,কঠাল,ভজা মাছ,মাংস, দাইল,তিতা কেৰেলা,যিকোনো তিতা বস্তু,পালেং শাক,বন্ধা কৱি,তিয়হ,মটৰ মাহ,খেজুৰি,মাদক দ্ৰব্য,বিড়,চিকাৰেট,গুট |||