Vitiligo , বগা পৰা ৰোগ , ঢল ওলোৱা ::::::::::::
২০ গ্ৰাম অপৰাজিতাৰ শিপা আৰু এক গ্ৰাম চক্ৰমর্দ গছৰ শিপা অলপ পানী মিহলাই পতাত পিছি লৈ বগা দাগত লগাওঁক নিয়মিত ।।। তাৰোপৰি অপৰাজিতাৰ বীজ ঘিউত ভাজি লৈ ৰাতিপুৱা গধূলি 2 গ্ৰাম কৰি খাওক ।।।।
বহুত সোনকালে ভাল হব ।।।।।
 |
চক্ৰমর্দ |
 |
অপৰাজিতা |