Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

লিভাৰ টনিক ঘৰতে কেনেকৈ বনাব পাৰি?



আজি লিভাৰ টনিক ঘৰত বনাও আহক ::::
এইবিধ গছক উজনিৰ ফালে তিতা বাসক আৰু নামনিত বাষা তিতা বুলি কয় ।। স্থানভেদে বেলেগ বেলেগ নাম হব পাৰে । সেইবাবে বুজি পোৱাত সহায় হবৰ বাবে ফটো দিলো ।।
ইয়াৰ ফুলবিধ পানীত উতলাই লৈ তাত নাৰিকল তেল বা মিঠাতেল মিহলাই সংৰক্ষণ কৰিব পাৰি ।।।
200 গ্ৰাম ফুল ডেৰ লিটাৰ পানীত উতলাই লৈ পাছত পানী কমি গৈ যেতিয়া 700-800 মান থাকিব , তেতিয়া ফুলখিনি মোহাৰি মোহাৰি ভালকৈ চেকি লৈ পানীখিনিত 100 গ্ৰাম নাৰীকলৰ তেল মিহলাই লৈ 50 গ্ৰাম মিস্তৃ মিহলাই অকণমান উতলাই লৈ কাছৰ বতলত ভৰাই থওক ।। দৈনিক 2 চামুচ ভাত খোৱাৰ আধা ঘণ্টা আগত খাওক ।।
লিভাৰ সবল কৰাৰ লগতে তেজ ও পৰিষ্কাৰ কৰিব।