Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

Ulcer আৰু এচিডিটি ৰ বাবে ঘৰুৱা বিধান



Ulcer আৰু এচিডিটি ৰ বাবে তলৰ ঘৰুৱা বিধানবোৰ মানিব পাৰে ::::
1 .আদাৰ গুড়ি , জিৰা গুড়ি আৰু কলা নিমখ সমান সমান মিহলাই আধা চামুচ লৈ 1 কাপ পানীত ভালকৈ উতলাই খাব পাৰে ।
2. জনীগুটি 1 চামুচ টাৱাত ভাজি লৈ গুড়ি কৰি কলা নিমখ মিহলাই দৈনিক ৰাতিপুৱা খালি পেটত আৰু ৰাতি শুৱাৰ সময়ত ভাল নোপোৱালৈ খাব পাৰে ।
3. Ulcer ৰ বাবে জিৰা , হালধি আৰু কলা নিমখ মিহলাই 1 গিলাচ পানীত উতলাই খাব পাৰে বা অকল হালধি ৰস 4-5 চামুচ ৰাতিপুৱা খালি পেটত খাওক ।।
Share কৰিবলৈ নাপাহৰিব ।।