Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

কেইটামান ৰোগৰ ঘৰুৱা চিকিৎসা


কেইটামান ৰোগৰ ঘৰুৱা চিকিৎসা ::::
১)চৰ্বী কমাবলৈ:: কুহুমীয়া পানী এগিলাসত এটা নিমুটেঙাৰ ৰস মিহলাই নিয়মিত এমাহ খালে চৰ্বী কমে|
২)ঘামৰ গোন্ধ দুৰ কৰাৰ উপায়::গা-ধোৱা পানীত অলপ ফিটকিৰি দি গা-ধুলে ঘামৰ গোন্ধ নোলায়(ফিতকিৰী আতিমাত্রয়ে চালৰ ক্ষতি কৰিব পাৰে|)
৩)দাঁত মজবুতৰ বাবে:ৰাতিপুৱা আৰু গধুলি ৫টা কৈ পদিনাৰ পাত চবাই খাৱ|
৪)ভৰিৰ গৰহা ফাটিলে::গা-ধোৱাৰ আগত আৰু ৰাতি শুৱাৰ আগত সঁৰিয়হ তেলেৰে গৰহা মালিচ কৰক|
৫)জোঁকে কামৰিলে:জোঁকে কামৰিলে যদি তেজ ওলায়,কামৰা থাইত হালধীৰ গুৰী লগায় দিৱ|
শ্বেয়াৰ কৰক,নিজেও সুস্থ থাকোক আনকো সুস্থ ৰাখক|