Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

বসন্ত ৰোগৰ দাগ , সালমনৰ দাগ , পুৰণি কটা চিঙাৰ দাগ , কলা ছোম , বগা ছোম , বয়সৰ দাগ আদিৰ বাবে ঘৰুৱা বিধান


#### বসন্ত ৰোগৰ দাগ , সালমনৰ দাগ , পুৰণি কটা চিঙাৰ দাগ , কলা ছোম , বগা ছোম , বয়সৰ দাগ #####
গৰুক পানী খাব দিয়া পাত্ৰত ,পানী শেষ হোৱাৰ পাছত তাত 50 মিলিগ্ৰাম মান লালটি আৰু পানী মিহলি হৈ থাকি যায় ।
সেইখিনি এটা বতলত ভৰাই লৈ তাত 25 মিলিগ্ৰাম নাৰীকলৰ তেল মিহলাই বতলত ভৰাই থৈ দিয়ক ।।
দৈনিক তুলাৰে দাগ পৰা ঠাইত লগাই যাওক ।
2-3 মাহত একদম নোহোৱা হৈ যাব ।।
এই ঔষধ বিধ প্ৰয়োগ কৰি চোৱা হৈছে । 100% প্ৰমাণ পোৱা গৈছে ।।
এতিয়া যিসকলৰ ঘৰত গৰু নাই , তেওঁলোকে গৰু থকা মানুহৰ ঘৰত গৈ , তেওঁলোকৰ গৰুক পোহপালৰ বাবে অকণমান বৰঙণি দি সংগ্ৰহ কৰক আৰু গৌ পালনৰ বাবে উৎসাহিত কৰক ।।
ধন্যবাদ |||