Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

পোনাৰ্ণভা আৰু ইয়াৰ ঔষধি গুণ সমূহ



পোনাৰ্ণভা আৰু ইয়াৰ ঔষধি গুণ সমূহ ::::
কিডনী বিকল হোৱা , লিভাৰ বিকল হোৱা , creatinine বাঢ়ি যোৱা আদিত অমৃতৰ সমান কাম কৰে ।
যিকোনো কেঞ্চাৰৰ বাবে পোনৰণভা অত্যন্ত গুনকাৰী ঔষধ ।।
এইবিধ ঔষধ এতিয়া অসমত প্ৰায়ে নোহোৱা হৈ গৈছে । বাহিৰৰ পৰা আনিব লগা হৈছে । মণিপুৰ , মিজোৰাম আদিত প্ৰচুৰ পৰিমানে পোৱা যায় ।।
কেঁচা পাতৰ , শিপা , গা গছ আদি সকলো বস্তু অমৃত সদৃশ ।।
পোনৰণভাৰ লগত ট্ৰিফলা মিহলাই creatinine ৰ ঔষধ বনাব পাৰি , পোনৰণভাক শাকৰ নিচিনা ভাজি খাব পাৰি বা চাটনি বনাইও খাব ।
দৈনিক শাকৰ নিচিনা খালে অতি ক্ষীপ্ৰতাৰে creatinine level কমি সাধাৰণ অৱস্থালৈ আহে আৰু আপোনাৰ কিডনী বিকল হোৱাৰ পৰা ৰক্ষা পাব পাৰে ।।
পোনৰণভাই urine protien কমাই দিয়ে আৰু serum protien বঢ়াই দি কিডনীৰ কাম সুচাৰুৰূপে কৰাত সহায় কৰে ।
লিভাৰ বিকল হলেও পোনৰণভা শাকৰ নিচিনা খাব পৰা যায় ।
অতি ক্ষীপ্ৰতাৰে result দিয়ে ।
অসমত নোপোৱা হোৱা বাবে বাহিৰৰ পৰা আনিব লগা হৈ আছে ।।
মোৰ বন্ধু বান্ধৱ আৰু অনুগামী সকলে এইবিধ ঔষধিয় গছৰ খেতি কৰিব পাৰে । সাৰ , পানী একো দিয়াৰ দৰকাৰ নাই ।।