Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

একাঙ্গী ৰোগ(PARALYSIS)



একাঙ্গী ৰোগ(PARALYSIS)

ৰোগৰ কাৰণ :: স্নায়ুৰ দোষতে সাধৰনতে এই ৰোগ হব পাৰে| তদুপৰি দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপ,বহুমূত্র আদি ৰোগীৰো হোৱা দেখা যায়|
ৰোগৰ লক্ষন:: দেহৰ কোনো অংগ প্ৰথমে অৱশ হয়|পিছত স্নায়ুবিলাক ইমান দুৰ্বল হৈ পৰে যে ইয়াৰ কাম কৰাৰ ক্ষমতা নাথাকে,শেষত এনে অঙ্গবিলাক অকামিলা হৈ মৰি যায় আৰু ঘা হয়|
 ঘৰুৱা চিকিৎসা::
১)পিাজৰ ৰস নাকেৰে শুনিব লাগে আৰু নাকত কেইটোপালমান দিব লাগে|
২)চজিনা গুটিৰ পৰা তৈয়াৰ কৰা তেলেৰে একাঙ্গী হোৱা স্থান মালিচ কৰিব লাগে|
৩) বচ তেলেৰে দিনে তিনিবাৰকৈ মালিচ কৰিলে যথেষ্ট আৰাম পোৱা যায়|
পথ্য:: লঘু আহাৰ খাব লাগে| ভেদাইলতাৰ তৰকাৰি উপকাৰি|ব্ৰহ্মী,মানিমুনি,কোমোৰা আদি উপকাৰি|
অপথ্য:: মাদক দ্ৰব্য,ধপাত,বৰা চাউল,বৰালি মাছ অপকাৰি|||
শ্বেয়াৰ কৰিব নাপাহৰিব|