Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

অৰ্শৰোগৰ ঘৰুৱা বিধান


অৰ্শৰোগৰ ঘৰুৱা বিধান::
 ৬০গ্ৰাম ঘৰুৱা তিলৰ চূৰ্ণৰ লগত অলপ দৈ মিহলী কৰি ৰাতিপুৱা খালী পেটত নিয়মিত ২০দিন খালে সুফল পোৱা যায়|
(বি:দ্ৰ- মাছ,মাংস,কণী,বেছি মছলা দিয়া খাদ্য সম্পূৰ্ণ বন্ধ কৰিব লাগিব)
   অনুগ্ৰহ কৰি স্বেয়াৰ কৰি আনকো জানিবলৈ দিয়াক|


✍️ নৱজ্যোতি