Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

পানীখোৱা নিয়মবোৰ








পানীখোৱা নিয়মবোৰ তলত দিয়া হল|
1. ভাত খোৱাৰ সময়ত পানী খোৱা বিহৰ সমান ।।
ভাত হজম হবলৈ পেটত জঠৰঅগ্নি উৎপন্ন হয় ।। এই
অগ্নিত পানী পৰিলে অগ্নি নুমাই যায় আৰু ভাত হজম
নহয় ।
ভাত হজম নহলে পচি যাব ।। পচিলে গেছ হব , acidity
হব , ulcer হব , uric এচিড হব , কোনষ্টিপাছন হব ,
পাইলচ হব আৰু একদম শেষত কেঞ্চাৰ হব ।।।
ভাতৰ লগত পানী খালে 103 ৰোগ হয় মহৰ্ষি বাগৱতৰ
'অষ্টঙহৃদয়ম ' নামৰ পুথি খনৰ মতে ।
তেওঁ কৈছে যে ভাত খোৱাৰ সময়ত যিমান দাঁত আছে
, সিমান বাৰ চোবাই খাব লাগে । যিকেইটা দাঁতৰে
নোচোবায় , সেইকেইটা আগতে সৰি যায় ।
তাৰ পিছত আকৌ কৈছে যে ভালকৈ চোবাই খালে
ভাতৰ লগত লালটি মিহলি হৈ যায় ।।এই লালটি আৰু
পেটত উৎপন্ন হোৱা অম্লৰ সংমিশ্ৰণত খাদ্য জঠৰ
অগ্নিৰ দ্বাৰা ভাঙি দিয়ে ।।
ইয়াৰ পিছত উল্লেখ কৰিছে যে ভাত খোৱাৰ 1 ঘণ্টা
পাছত পানী খোৱাটো দৰকাৰ । কাৰণ সেই সময়ত
শৰীৰক খাদ্যৰ ৰস বনাবলৈ পানী লাগে ।।
ইয়াৰ পিছত কৈছে যে ভাত খোৱাৰ 48 মিনিট আগত
পানী খাব পাৰে ।।
ভাত খোৱাৰ সময়ত গলত লাগিলে কেতিয়াবা গৰম
পানী খাব পাৰি ।।
2. ঠাণ্ডা পানী কেতিয়াও খাব নালাগে । ঠাণ্ডা
পানী খালে পানীখিনি হজম কৰিবলৈ পাকস্থলীক
অতিৰিক্ত তেজৰ দৰকাৰ হয় । তেতিয়া শৰীৰে
কিছুমান অংগৰ পৰা নিয়মিত তেজ পাকস্থলীলৈ
পঠায় । তেতিয়া সেই অংগ জিন জিন কৰে আৰু বিষ
উৎপন্ন কৰে ।।
সাধাৰণতে ভৰিৰ পৰা পানী লয় বাবে ভৰিৰ বিষ হয়
আৰু ভৰি জিন জিন কৰে ।।
গতিকে ঠাণ্ডা পানী নিষিদ্ধ ।
3. পানী সদায় খাব লাগে । অৰ্থাৎ পানী চোবাই
খাব লাগে ।
পানী চোবাই নাখালে মুখৰ লালটি মিহলি হব
নোৱাৰে বাবে পানী হজম নহয় ।। ফলত সেই পানী
শৰীৰে ভালককৈ গ্ৰহণ কৰিব নোৱাৰে ।
শেষত গৈ টিউমাৰ হব পাৰে ।
4. পানী সদায় চিপ চিপ কৰি আৰু বহি লৈ চাহৰ
নিচিনা খাব লাগে ।। যদি পানী আপুনি ঘুত ঘুত কৈ
গিলি দিয়ে , তেতিয়া হৰ্নিয়া আৰু আপেনদীক্স হব
পাৰে ।।। পানীৰ গতি বেছি হোৱা বাবে শৰীৰে ধৰি
ৰাখিবলৈ অক্ষম হয় আৰু সেই পানী পেটৰ নাৰীত
খুন্দা খায় ।। ফলত বেছিদিন এনেকুৱা হলে পেটৰ
নাৰী পেট ফালি বাহিৰলৈ ওলাই আহে ।। তাৰ
পিছত সেই পানী আপেনদীক্সত খুন্দা খাই
আপেনদীক্সৰ ভিতৰতো সোমাই গৈ বিষ হয় ।।
5. ৰাতিপুৱা উঠিয়েই 10 মিনিট পাছত 1 লিটাৰ 250
মিলিগ্ৰাম পানী খাব লাগে ।। তেতিয়া গোটেই
দিনটো গৰম নালাগে ।।
ৰাতিপুৱা যেনেকৈ গাড়ী এখনত পানী ভৰাই লয় ,
তেতিয়া গাড়ীখনৰ ইঞ্জিন গৰম নহয় আৰু ৰাস্তাত বন্ধ
নহয় ।।
ঠিক তেনেকৈ আমাকো ৰাতিপুৱাই পানী লাগে ।।।7 . এজন সুস্থ মানুহক নিজৰ ওজনক 10 ৰে হৰণ কৰি তাৰ
পৰা 2 বিয়োগ কৰি যিমান ওলায় ,সিমান পানী
লাগে ।।
অৰ্থাৎ আপোনাৰ ওজন যদি 70 কেজি , তেন্তে
70÷10= 7
7-2= 5
অৰ্থাৎ 5 লিটাৰ পানীৰ দৰকাৰ আপোনাক ।।। যদি
এইখিনি নাপায় , তেন্তে শৰীৰ গৰম হয় আৰু অগ্নিৰ
লক্ষণ বোৰ দেখা দিয়ে ।।।
গৰম লগা , খং উঠা , জিন জিন কৰা , গা জ্বলা পুৰা
কৰা , পেচাব হালধীয়া হোৱা , খুজটি হোৱা , খৰ
হোৱা , ডায়েবেটিচ , high BP ইত্যাদি ।।
এইবোৰৰ বাবে পানী অকল ওপৰত দিয়া নিয়ম
অনুসৰীহে খুৱাওক বা খাওক ।